জনচন পেডেৰ এ মুকলি কৰিলে নৱতম 'মেক্স চিৰিজ' আগবঢ়াইছে সু-সজ্জিত স্নানাগাৰ ব্যৱস্থাপনা



ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৭ ফেব্ৰুৱাৰী, ৰোকা গ্রুপৰ অংশীদাৰী ব্ৰেণ্ড জনচন পেডেৰ এ বুধবাৰে "মেক্স চিৰিজ'ৰ সমগ্র শাখাৰ সামগ্ৰীৰ মুকলি ঘোষণা কৰিলে, এই ' মেক্স চিৰিজ' এ সামৰি লৈছে স্নানাগাৰৰ সকলো ব্যৱস্থাপনা যেনে ছেনৱেৰ, ফচেট্ প্লাষ্টিক আৰু ৱাটাৰ হিটাৰ। ছেনৱেৰ শাখাৰ সামগ্ৰী সমূহে সামৰি লৈছে তিনি প্ৰকাৰৰ দেৱালৰ পৰা ওলমাব পৰা বেচিন-মেক্স এক্সেল, মেক্স স্পাৰ্কল মেক্স গ্ৰীম আৰু মেক্স গ্লোৱাণ্ড, পাঁচ প্ৰকাৰৰ ৱাটাৰ ক্ল'জেট-মেক্স স্পাৰ্ক ৱাল হেংগ, মেক্স আৰ্ক একক, মেক্স ডেয্ ৰে আৱৰা ইউৰোপিয়ান ৱাটাৰ ক্ল'জেট, মেক্স ইউৰোপিয়ান ৱাটাৰ ক্ল'জেট এক্সপোজড আৰু মেক্স স্কুৱাটিং পেন।  এই সন্দৰ্ভত জনচন পেডেৰ পৰিচালন সঞ্চালক কে ই ৰংগনাথন এ কয়"-ভাৰতীয় চেনিটাৰীৱেৰ বজাৰ উন্নত হোৱাৰ লগে লগে, জনচন পেডেৰ এটা ব্ৰেণ্ড হিচাপে বুদ্ধিমান পছন্দক আউৰাইছে ব্ৰেণ্ডৰ উচ্চকাংক্ষী গ্ৰাহক সকলৰ বাবে যিয়ে উচ্চ মানদণ্ডৰ সামগ্ৰী উচিত মূল্যত বিচাৰে আৰু তেওঁলোকৰ স্নানাগাৰৰ সৌষ্ঠৱ বৰ্ধন কৰিব পাৰে। গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ আধুনিক ষ্টাইলিছ আৰু অত্যাধুনিক বাথৰুম ফিটিংছক আঁকোৱালি ল'বলৈ উৎসাহিত কৰাক মনত ৰাখি আমাৰ মেক্স চিৰিজ ডিজাইন কৰা হৈছে"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা