মুকালমুৱাত ভয়ংকৰ পথ দূৰ্ঘটনা* *অচিনাকী বাহনে মহতিয়াই থৈ গ'ল বাইক আৰোহীক* *এজন থিতাতে নিহত, এজন গুৰুতৰ ভাৱে আহত৷*

মুকালমুৱাত ভয়ংকৰ পথ দূৰ্ঘটনা*
 *অচিনাকী বাহনে মহতিয়াই থৈ গ'ল বাইক আৰোহীক*
 *এজন থিতাতে নিহত, এজন গুৰুতৰ ভাৱে আহত৷*


মুকালমুৱাত আজি সন্ধিয়া এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ অচিনাকি বাহনে মহতিয়াই থৈ গল এখন বাইকক।  হাজো মুকালমুৱা পথৰ মুকালমুৱাত আজি সন্ধিয়া AS-01-BV-5120 নম্বৰৰ বাজাজ পালচাৰ বাইক এখন দূৰ্ঘটনাত পতিত হয় অচিনাকী বাহনৰ লগত।  বাইকৰ খনৰ আৰোহী দুজন যুৱকৰ এজন থিতাতে নিহত হয় আৰু এজন গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰ ভাৱে আহত যুৱক জনৰ নাম ৰেকিব উল্লাহ ৷ আনহাতে নিহত যুৱকজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ আহত যুৱক জনক মুকালমুৱা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা কাৰণে GMCH  প্ৰেৰণ কৰে৷।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা