‘পৰেশ বৰুৱাই চৰকাৰক‘কা আন্দোলনত কাৰাৰুদ্ধ কৰা সকলক মুক্তিৰ দাবী জনাব পাৰিলে হয়’ : ড' হিৰেণ গোহাই

‘পৰেশ বৰুৱাই চৰকাৰক
‘কা আন্দোলনত কাৰাৰুদ্ধ কৰা সকলক মুক্তিৰ দাবী জনাব পাৰিলে হয়’। আলফাই অপহৰন কৰা কুইপৰ দুগৰাকী বিষয়টো সন্দৰ্ভত সংবাদমেলযোগে এই মন্তব্য বুদ্ধিজীবী ড' হিৰেণ গোহাইৰ।
আলফাই লোৱা চূড়ান্ত সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দি তেঁও সংবাদনেলযোগে কয় যে তেওঁলোক দুজন সাধাৰণ কৰ্মচাৰীহে, তেওঁলোক দায়ী নহয়’।
‘আলফাই ঘোষণা কৰা সিদ্ধান্ত অসমৰ মানুহৰ কি উপকাৰ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰি  এয়া অৰ্থহীন, ভয়ংকৰ আৰু লজ্জাজনক ঘটনা হৈছে বুলি কয় এই ধৰণৰ ঘোষণা নকৰি চৰকাৰৰ লগত আলোচনা কৰাৰ আহ্বান জনায় তেঁও

Comments