নৱী সাধাৰণ বীমা এ মুকলি কৰিলে নৱী স্বাস্থ্য এপ্ ৰ দ্বাৰা '২ মিনিট অনলাইন স্বাস্থ্য বীমা



ষ্টাফ ৰিপ'ৰ্টাৰ,,২১ ফেব্ৰুৱাৰী
নৱী সাধাৰণ বীমা ই মুকলি কৰিলে '২ মিনিট অনলাইন খুচুৰা স্বাস্থ্য বীমা প্ৰণয়ন। গ্ৰাহক সকলে নৱী স্বাস্থ্য এপৰ দ্বাৰা স্বাস্থ্য বীমা ক্ৰয় কৰিব পাৰিব দ্ৰুত আৰু সম্পূৰ্ণ কাগজবিহীন প্ৰতিক্ৰিয়াৰ দ্বাৰা যাৰ বাবে প্ৰয়োজন মাত্ৰ ২ মিনিটৰ আৰু পলিচি তৎক্ষণাত এপত জাৰী হৈ যাব। এই বীমাই গ্ৰাহকসকলক কাষ্ট'মাইজ কৰিব পৰা ২ লাখৰ পৰা ১ কোটি ভাৰতীয় টকালৈ ব্যক্তিগত আৰু পৰিয়ালৰ বাবে স্বাস্থ্য বীমা আগবঢ়াইছে। নৱী স্বাস্থ্য বীমাৰ ৯৮ শতাংশ স্বাস্থ্য ধন আদায়ৰ দ্বাৰা উদ্যোগৰ ভিতৰতে  ৯৮ শতাংশ অনুপাতৰ ধন আদায়ৰ চুক্তি আছে আৰু ১০,০০০ ৰ অধিক নেটবিহীন চিকিৎসা লয়ৰ নেটৱৰ্ক আছে দেশজুৰি ৪০০ ৰ অধিক স্থানত। গ্ৰাহক সকলে গুগল প্লে ষ্টোৰ'ৰ পৰা নৱী স্বাস্থ্য এপটো ডাউনলোড কৰিব পাৰিব। এই সন্দৰ্ভত নৱীৰ সাধাৰণ বীমাৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰামচন্দ্ৰ পণ্ডিত এ কয়"-আমাৰ স্বাস্থ্য বীমাই আগবঢ়োৱা লাভালাভৰ দ্বাৰা আমাৰ লক্ষ্য হ'ল ব্যক্তি আৰু পৰিয়ালৰ বাবে স্বাস্থ্য বীমা পৰিবৰ্তনশীল প্রক্রিয়াৰে সৰল কৰি তোলা"। উল্লেখযোগ্য যে, নৱী স্বাস্থ্য ই বিস্তীৰ্ণ স্বাস্থ্য বীমা আগবঢ়াইছে যিয়ে ২০ টাকৈ অধিক স্বাস্থ্য লাভালাভ সামৰি লৈছে, যেনে চিকিৎসালয়ত থকা ৰোগীৰ খৰচ, চিকিৎসালয়ত ভৰ্তি কৰাৰ আগৰ আৰু পাছৰ খৰচ, ক'ভিড-১৯ চিকিৎসা, ঘৰত থাকি কৰা চিকিৎসা, ৩৯৩ ডে-কেয়াৰ প্ৰক্রিয়া, এম্বুলেন্সৰ খৰচ, ভেক্টৰ ৰ দ্বাৰা হোৱা ৰোগ আৰু অন্যান্য সংকটপূৰ্ণ ৰোগ গৰ্ভৱস্থা আৰু নৱজাতকৰ সেৱা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা