মৈৰাবাৰীত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে বিভিন্ন দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিৰ্বাচনি তৎপৰাত ব্যস্ত

নছিদুৰ ৰহমান, মৈৰাবাৰী,২৬ ফেব্ৰুৱাৰী:। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত ঘোষণা হোৱাৰ লগে লগে  ধিং সমষ্টি ৰাইজৰ দলৰ পৰা সমাজ কৰ্মী মেহবুব মুক্তাৰৰ নাম প্ৰাৰ্থীত্ব উচ্চাৰিত হোৱাৰ লগে সমষ্টিটোৰ চোকে কোনে উৎফলিত হোৱা পৰিলক্ষিত হৈছে। এই আই ইউ ডি এফৰ দখলত থকা তিনিটা প্ৰিৰিয়দ পৰা উদ্ধাৰ কৰিবলৈ একমাত্ৰ সমাজ কৰ্মী মেহবুব মুক্তাৰই উদ্ধাৰ কৰিব বুলি চৰ্চা চলিছে। আজি 
মৈৰাবাৰীত প্ৰায় সহাস্ৰাধিক কৰ্মীৰ উপস্থিতিত এক সভাত ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব দাবী দাৰ মেহবুব মুক্তাৰে এই আই ইউ ডি এফক চোকা সমালোচনা কৰে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা