শ্বিলং, জোৱাই, তুৰাত লকডাউন ঘোষণা

কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজধানী চহৰ শ্বিলঙৰ চহৰাঞ্চলৰ লগতে জোৱাই আৰু তুৰাত লকডাউন ঘোষণা কৰিছে মেঘালয় চৰকাৰে। অহা
১ মে’ৰ পুৱা ৫বজাৰ পৰা ১০মে পুৱা ৫বজালৈ প্ৰযোজ্য হব এই লকডাউন।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰযোগে কৰিছে এই ঘোষণা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা