বৃহৎ খৱৰ : বাতিল হ'ল চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা

নিউজ ডেস্ক : কোৰোণাজনিত কাৰণত বাতিল হ'ল চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা। বোৰ্ডৰ দ্বাৰা নিৰ্ধাৰিত বস্তুনিষ্ঠ যোগেদি নিৰ্ধাৰণ হব ফলাফল। আনপিনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও স্থগিত ৰখা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰিছে নিৰ্দেশনা

Comments