গুৱাহাটী প্ৰেছ ক্লাৱত তুলসীৰাম পাংগিঙৰ চিন্তা প্ৰৱাহ উন্মোচন

কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তুলসীৰাম পাংগিঙৰ চিন্তা প্ৰৱাহ । এই অনুষ্ঠানত উপস্থিত থাকে
বিশিষ্ট চিন্তাবিদ সু-সাহিত্যক ময়ুৰ বৰা, অামাৰ অসম কাকতৰ
দেওবৰীয়া পূৰ্বাচলৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা, দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক লেখক দীপক শৰ্মা আদি। এই অনুষ্ঠানতে এপি প্ৰডাকশ্যনৰ নিবেদনত
জেহিৰুল হকৰ প্ৰযোজনথ
বিকাশ বৰুৱাৰ সংগীত ব্যৱস্থাপনা,, অৰিন্দম প্ৰিন্স পাংগিঙৰ কথা সুৰ ,
কণ্ঠশিল্পী অৱনী কুমাৰ, এ প্ৰিন্স অাৰু সঞ্জীৱ চিৰামৰ বিহুসুৰীয়া গীত শ্ৰাব্যসফুঁৰা 'অসম দেশৰ বিহু২০২১' ৰো উন্মোচন কৰে
অান্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰনিৰ্মাতা কবি লভিতা মৰাঙে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডা: জেচিম ৰাজা
জনজাতি ছাত্ৰ সন্থা অাইটছাৰ উপসভাপতি দ্বীপেন দেউৰী, অভিনেতা ৰাজীৱ দলৈ, অসম লুতাদ কাকতৰ সম্পাদক অৰিন্দম প্ৰিন্স পাংগিং
অাৰু বহু বিশিষ্ট গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে। নিউজ ডেস্ক, firstnewsreport

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা