মৈৰাবাৰীত সৰ্বমুঠ ৫ বাৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাওৰ মৈৰাবাৰীতো ভূমিকম্পৰ তীব্ৰ জোকাৰণি সৃষ্টি হয়৷

☞৭ বাজি ৫২ মিনিটত অনুভূত হয় এই জোকাৰণি
☞প্ৰায় ১ মিনিট ধৰি হৈ থকা কম্পমানত আতংকিত ৰাইজৰ চিঞৰ বাখৰ৷ 
  ☞ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন এলেকাত মাটি ফাট মেলাৰ দৃশ্য পৰিলক্ষিত হোৱা দেখা যায়৷ 
☞ আনকি কেতবোৰ বিল্ডিং ঘৰতো ফাট মেলাৰ তথ্য পোহৰলৈ আহিছে৷
☞ সম্প্ৰতি এতিয়াও অলপ পিছে পিছে ভূমিকম্পৰ জোকাৰণি হৈ আছে৷
মৈৰাবাৰীত সৰ্বমুঠ ৫ বাৰ ভূমিকম্পৰ জোকাৰণি ৷

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা