দিল্লীত ৩ মেলৈ বৃদ্ধি লকডাউন

নিউজ ডেস্ক : দেশৰ ৰাজধানী দিল্লীত এসপ্তাহলৈ বৃদ্ধি হল লকডাউন। ৩ মে সোমবাৰে ৫ বজালৈ কেজৰিৱাল চৰকাৰে বৃদ্ধি কৰিছে  লকডাউন । ৰাজ্যখনত সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা বাবেই লকডাউন বৃদ্ধি কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা