অ এন জি চিৰ কৰ্মচাৰী অপহৰনকাণ্ড সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ONGCৰ তিনিগৰাকী কৰ্মচাৰী ক্ৰমে ডিমৌৰ শ্ৰী মোহিনী মোহন গগৈ, যোৰহাটৰ শ্ৰী অলকেশ শইকীয়া আৰু বৰহোলাৰ শ্ৰী ৰিতুল শইকীয়াৰ অপহৰণৰ ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। এই সন্দৰ্ভত ততাতৈয়াকৈ যাৱতীয় ব্যৱস্থা ল'বলৈ মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰজ্যোতি মহন্তক আজি নিৰ্দেশ দিয়ে মুখ্যমন্ত ৰীয়ে।  ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ ডি জি পি (Special DGP, L&O) শ্ৰী জি পি সিঙে লাকুৱাৰ ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে। এই কথা চছিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা