আনক বচাবলৈ জীৱন ত্যাগ এগৰাকী স্বয়ংসেৱকৰ...

দীপজ্যোতি ডেকা : ৰাষ্ট্ৰৰ স্বাৰ্থত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ জীৱনব্ৰতী কাৰ্যকৰ্তাৰ সৰ্বোচ্চ ত্যাগ আপুনি দেখিছে। এইবাৰ এগৰাকী জ্যেষ্ঠ স্বয়ংসেৱকে ৮৫ বছৰ বয়সত কৰোণাত আক্ৰান্ত হৈ থকাৰ সময় আইচিইউৰ নিজৰ বিচনা এগৰাকী ৰোগীক এৰি দি নিজেই ত্যাগ কৰিলে জীৱন। তেঁও কলে " মই ৮৫ বছৰীয়া হৈছো। জীৱনটো বহু দেখিলো, কিন্তু যদি সেই মহিলাগৰাকীৰ স্বামী ঢুকায় তেন্তে সন্তান অনাথ হব। সেয়ে মোৰ কৰ্তব্য যে মই সেই ব্যক্তিগৰাকীৰ জীৱন বচাও।" 
    এনেকৈ কৈয়েই নাগপুৰৰ কোৰোণা আক্ৰান্ত স্বয়ংসেৱক নাৰায়ন ভাওৰাও  দেভাৰকাৰে নিজৰ আই চি ইউৰ বিচনাখন সেই মহিলাগৰাকীৰ স্বামীক এৰি দিলে আৰু মাথো ৩ দিনৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিলে। এই ত্যাগক এতিয়া সমগ্ৰ দেশবাসীয়ে একেমুখে প্ৰশংসা  কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা