ঘাঁহি ভাটিকুৰীত ৰঙালী বিহু

ঘাঁহি ভাটিকুৰীত ৰঙালী বিহু ।                প্ৰণৱ শইকীয়া, নগাঁও : বিগত বছৰৰ দৰে এইবাৰো ঘাঁহী ভাটিকুৰী ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত এদিনীয়া কাৰ্য্যসূচীৰে বাপুটি সাহোন ৰঙালী বিহু পালন কৰা হয়। বিহুৰ মূল কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ মুল আকৰ্ষণ আছিল পাৰলীনা কলিতা। কভিড বিধি সম্পূৰ্ণ পালন কৰি স্থানীয় ৰাইজে সচেতনতাৰ নিদৰ্শন দাঙি ধৰে  ।

Comments