দূৰন্ত গতিত ভাৰতৰ "গগণযান" ৰ প্ৰস্তুতি

নিউজ ডেস্ক : ভাৰতৰ অভিলাষী আঁচনি "গগণযান" ৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে এইক্ষেত্ৰত তেজস্ক্ৰিয়তাৰ পৰা ৰক্ষা পাবলগীয়া সামগ্ৰী উন্নীতকৰণৰ বাবে ভাৰত-ফ্ৰান্সৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে। ভাৰতে এই "গগণযান" আঁচনিৰ জৰিয়তে প্ৰথমবাৰলৈ মহাকাষলৈ মানৱ অভিযান চলাব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা