মৰিগাৱত ৭১টা সন্দেজনক Container সহ দুজন ব্যৱসায়ী আটক

মৰিগাৱত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়।*

৭১টা সন্দেজনক Container সহ দুজন ব্যৱসায়ী আটক। এজনৰ ঘৰ গুৱাহাটী পল্টন বজাৰত আৰু এজনৰ ঘৰ ৰঙীয়া,কমলপুৰত ।

 মৈৰাবাৰীৰ পৰা মৰিগাৱগৈ যোৱা ৰাস্থাত মৰিগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক Gidartha dev Sarma বৰছলা আৰক্ষী চকীৰ  ভাৰপ্ৰাপ্ত বিষয়া Simanta Pathak কৰ এক গোপন সুত্ৰৰ ভিত্তিত মৈৰাবাৰী  বজাৰৰ পৰা মৰিগাওঁলৈ যোৱা ৰাস্থাপৰা এখন Eon বহনৰ।বাহনৰ নং AS-01-BA-7456লগতে ৭১টা Container সহ দুজনক লোকক আটক কৰিবলৈ সক্ষম হয়।* 

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ লগত  আৰু বহুকেইজন  জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰে আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে ।

*মৈৰাবাৰী পৰা নছিদুৰ ৰহমানৰ ৰিপোৰ্ট*।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা