চিকিমত শনি-দেঁওবৰীয়া লক ডাউন জাৰি

গেংটক : দেশজোৰা বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ বাবে ছিকিম চৰকাৰে  ৩০ এপ্ৰিললৈকে প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত ঔষধৰ বিপনীৰ বাদে দোকানৰ লগতে বজাৰ আৰু শাক পাচলিৰ আন আন দোকানসমূহ বন্ধ থাকিব।আনপিনে পৰ্যটকৰ ক্ষেত্ৰতো কিছু কঠোৰ হৈছে ৰাজ্যখন।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা