লখিমপুৰ পানীগাঁৱত ঘৰৰ চাত খহি চাৰিজনৰ মিস্ত্ৰি চাতৰ তলত

লখিমপুৰ পানীগাঁৱত ঘৰৰ চাত খহি চাৰিজনৰ মিস্ত্ৰি চাতৰ তলত 
সংকট জনক অৱস্থাত উদ্ধাৰ কেউজনকে
পানীগাৱৰ নিবাসী অৰূপ ৰাজখোৱা ঘৰত ঘৰত চাত বনাই থকা অৱস্থাত চাত খহি পৰাত চৰি জন মিস্ত্ৰীৰ চাতৰ তলত সোমাই পৰে 
স্থানীয় ৰাইজে ততাতৈয়াকৈ গৈ চাতৰ তলৰ পৰা মিস্ত্ৰীৰ কেইজনক উদ্ধাৰ কৰে যদিও দুজনৰ অৱস্থা অতি সংকত জনক 
ততাতৈয়াকৈ পানীগাওঁ অতিৰিক্ত চিকিৎসালয়ত ভত্তি কৰে যিদও অতি সংকত জনক হোৱা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা