ব্ৰেকিং ::: মৈৰাবাৰীৰ প্ৰথমগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল কোভিত

মৈৰাবাৰীত  প্ৰথম জন কভিড ১৯ ত আক্ৰান্ত  হৈছে মৈৰাবাৰী বজাৰৰ ফ্ৰেন্টচ টেইলৰৰ সত্বাধিকাৰ  আব্দুল ৰেজাক(৬০)। আজি ৰাতিপুৱা  মৈৰাবাৰী FRU চিকিৎসালয়ৰ চিকিৎসকৰ সজাতি দলে মৈৰাবাৰী বজাৰৰ দোকানত কভিড টেষ্ট কৰোতে এজন দৰ্জীৰ দেহত দৰা পৰিছে কভিড পজিটিভ । জানিব পৰা অনুসৰি ব্যক্তি গৰাকী কভিড পজিটিভ হোৱাৰ কথা নিজে অৱগত নহয়  । এতিয়া লৈকে মৈৰাবাৰীত দৈনিক কভিট টেষ্ট কৰা হৈছে কিন্তু আজি প্ৰথম মৰিগাও জিলাৰ মৈৰাবাৰীত  কভিড পজিটিভ ৰোগী প্ৰথম গৰাকী দৰা পৰিছে । 
মৈৰাবাৰীত কভিডৰ ভয়াবহতাৰ সময়তে মৈৰাবাৰীত  দোকান পোহাৰত চেনিটাইজাৰ আৰু মাস্কৰ ব্যৱহাৰ কৰা দেখা পোৱা  নাযায় ৷ ইয়াক লৈ মৈৰাবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা