বজালী জিলা প্ৰশাসনৰ কেতবোৰ নতুন নিয়ম জাৰি

ক'ৰোনা ভাইৰাছৰ সজাগতাৰ ক্ষেত্ৰত তৎপৰতা বজালী জিলা প্ৰশাসনৰ

#মাস্ক নিপিন্ধা লোকৰ পৰা প্ৰশাসনে ১০০০ টকা জৰিমনা লোৱাৰ সিদ্ধান্ত বজালী জিলা উপায়ুক্তৰ

#৫০ -তকৈও অধিক লোক ক'ৰোনাত আক্ৰান্ত হৈছে বজালী জিলাত

#৯০ জন হ'লে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব বুলি প্ৰকাশ উপায়ুক্তৰ

#বিয়া-সভা, ব'হাগী উৎসৱ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ আহ্বান উপায়ুক্তগৰাকীৰ

#সোমবাৰে এক সংবামেলযোগে সদৰী কৰে বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই


বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা