জাগীৰোডৰ ছটাবৰীত ভূমিকম্পৰৰ ফলত দৌল মন্দিৰৰ বিস্তৰ ক্ষতিসাধন

প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ ফলত মৰিগাঁও জিলাৰ জাগীৰোডৰ ছটাবৰী গাৱৰ ঐতিহাসিক শিলডুবি সত্ৰৰ দৌল মন্দিৰৰ বিস্তৰ ক্ষতিসাধন হয় ।
১৫৯০ শতিকাত স্হাপন কৰা মায়ঙৰ শিলডুবি সত্ৰ ১৯২৫ চনত জাগীৰোডৰ ছতাবৰীলৈ স্হানান্তৰ কৰা হয় বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ক’ৰণা মহামাৰী আৰু সত্ৰাধিকাৰ বিয়োগৰ  বাবে যোৱা বছৰ আৰু এই বাৰ দৌল উৎসৱ অনুস্হিত হোৱা নাছিল ৷

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা