মাকৰ মৃতদেহ বাইকত লৈ সৎকাৰ কৰিবলৈ নিলে পুত্ৰই...

মাকৰ মৃতদেহ বাইকত লৈ সৎকাৰ কৰিবলৈ নিলে পুত্ৰই...

নিউজ ডেস্ক : এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ মনদাচা মণ্ডল গাঁৱৰ। গাঁওখনৰ  ৫০ বছৰীয়া জি চানচুলা নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছত পুত্ৰ আৰু এজন আত্মীয়ই এম্বুলেন্সৰ বাবে ৰৈ ৰৈ অৱশেষত নাপায় বাইকত লৈয়ে সৎকাৰ কৰিবলৈ লৈ যায়। ঘটনাটোৱে দেশজুৰি শোকৰ ছা পেলাইছে

Comments