পাঠশালাত 'নতুন আলিবাট'ৰ প্ৰথম সংখ্যা উন্মোচন

সঞ্জীৱ দাস, বজালী, ১১ এপ্ৰিলঃ বিশিষ্ট কবি দিলীপ ফুকনৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা অসমীয়া আলোচনী 'নতুন আলিবাট'ৰ প্ৰথম সংখ্যাটো অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিক্ষা নগৰী পাঠশালাতো আজি উন্মোচন কৰা হয়। তেজপুৰৰ পৰা প্ৰকাশিত আলোচনীখন পাঠশালাৰ এম্বিশ্বন শ্বপিং মলত উন্মোচন কৰে কবি বিভা দেৱী, দিগন্ত নিবিড়, ধীমান বৰ্মন, ভূৃষিতা দাস আৰু ৰিয়ান শৰ্মাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা