আজিৰে পৰা ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা
সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি মুখ্য সচিবৰ।
এই সময়ছোৱাত বন্ধ থাকিব সকলো । অৱশ্যে চিকিতসা কৰ্মী, দোকানী, গাখীৰৰ ব্যৱসায়ী, বেংক,খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তি, ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলকহে বাহিৰত ওলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে লগত পৰিচয় পত্ৰ থকাতো বাধ্যতামূলক।
এই সান্ধ্য আইন ১ মেলৈ কে জাৰি কৰা হৈছে ।
Comments
Post a Comment