আজিৰে পৰা ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা

আজিৰে পৰা ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা
সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি মুখ্য সচিবৰ।
এই সময়ছোৱাত বন্ধ থাকিব সকলো । অৱশ্যে চিকিতসা কৰ্মী, দোকানী, গাখীৰৰ ব্যৱসায়ী, বেংক,খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তি, ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলকহে বাহিৰত ওলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে লগত পৰিচয় পত্ৰ থকাতো বাধ্যতামূলক।
এই সান্ধ্য আইন ১ মেলৈ কে জাৰি কৰা হৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা