মৈৰাবাৰীত চক্ৰ আৰক্ষী পৰিদৰ্শকৰ অভিযানত হেলমেট আৰু মাক্ছ নথকা মটৰ চাইকেলৰ পৰা ফাইন সংগ্ৰহ

নছিদুৰ ৰহমান,মৈৰাবাৰী,২৬: মৰিগাঁও জিলাৰ মৈৰাবাৰীত লাহৰীঘাট আৰক্ষী চক্ৰ পৰিদৰ্শক বিকাশ বৰুৱাৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে মৈৰাবাৰীৰ আলিপুখৰী চকত অভিযান চলাই কভিড প্ৰতীকল নমনা ব্যক্তিক চৰকাৰী নিৰ্দেশনা মতে শাস্তি প্ৰদান কৰে। ইফালে চাৰিচকীয়া আৰু দুচকীয়া বাহনত মাৰ্ক্স নথকা সকলক বিনামূলীয়াকৈ মাৰ্ক্স বিতৰণ কৰে চক্ৰ পৰিদৰ্শক গৰাকীয়ে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা