অসমত লকডাউন নিদিয়ে বুলিলে মুখ্যমন্ত্ৰীয়ে, পিছে...

নিউজ ডেস্ক : অসমত লকডাউন নিদিয়ে, পিছে যত কৰোণা ওলায় তাত কন্টেইনমেন্ট জোন দিয়া হব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।  আজি তেঁও ৰাজ্যবাসীক স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় । কোনো অঞ্চলত সংক্ৰমন বৃদ্ধি হ’লে কন্টেইনমেন্ট জ’ন কৰা হ’ব বুলি কয় সোণোৱালে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা