শেষ হ'ল এটি গান, ভিতালী দাস গ'লগৈ

ষ্টাফ ৰিপৰ্টাৰ : যেন শেষ হৈ গল এটি গান। অসমীয়া সংগীতৰ এটি চিনাকী কণ্ঠৰ অধিকাৰী ভিতালী দাসে কৰোণা মহামাৰীৰ ওচৰত হাৰ মানি নিয়তিৰ কোলাত শুই পৰিল। আনকি যোৱা ১৪ এপ্ৰিলতো গীত পৰিবেশন কৰিছিল কন্ঠশিল্পীগৰাকীয়ে।
তাৰপাছতে জ্বৰ হোৱাৰ বাবে চিকিৎসকৰ লৈ ১৬ এপ্ৰিলত কোভিড আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছিল। অৱশেষত মৃত্যুৰ সৈতে যুজি যুজি আজি কিছু সময় পূৰ্বে গুৱাহাটীৰ কোভিদ হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰিলে তেঁও।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা