বেলতলাত বাতিল হ'ল পাপন-জুবিন-শংকুৰাজৰ অনুষ্ঠান

নিউজ ডেস্ক : গুৱাহাটীৰ অন্যতম বিহু অনুষ্ঠান বেলতলাৰ বিহু বাতিল কৰা হৈছে। কোৰোণাজনিত কাৰণত বাতিল হল বেলতলাৰ বিহু। ২৩, ২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যুসূচীৰে হ’বলগীয়া আছিল এই অনুষ্ঠান।
অনুষ্ঠানত  জুবিন, পাপন আৰু শংকুৰাজে সংগীত পৰিৱেশন কৰা আছিল।
নিশা ১১ বজাৰ ভিতৰত অনুষ্ঠান সামৰাৰ লগতে কোভিদৰ সকলো প্ৰটকল মানি অনুষ্ঠান সুচাৰুৰূপে পালন কৰাত অসুবিধা হোৱা বাবেই সমিতিয়ে বাতিল কৰা বুলি সমিতিৰ সদস্যই আমাক ফোনযোগে জনাইছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা