ইটাখোলা ত তিনি গৰাকী লোকৰ দেহত covid_19

ইটাখোলা ত তিনি গৰাকী লোকৰ দেহত covid_19 ইটাখোলা নিউ phcৰ তৎপৰতা:বিশ্বনাথ জিলাৰ অন্তৰ্গত ১ন‌‌‌‌‌ং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰোণাৰ আক্ৰান্ত হোৱাৰ খবৰে এক আত‌‌ঙকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অনচলত। যোৱা কালি ১ন‌‌‌‌‌ং ইটাখোলা নিবাসী চুজিত তচা(45) আৰু যতীন ভুয়া(42) দেহত covid_19 ৰ লসন পোৱাৰ পাছত আজি ইটাখোলা নিউ পি এইছ চিৰ ফালৰ পৰা ১ন‌‌‌‌‌ং ইটাখোলা ৰ অনচলৰ প্ৰায় 25গৰাকী লোকৰ RTPCR ৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰি তেজপুৰ টুমুকী  স্থিত চিকিৎসা মহাবিদ্যালয়লৈ নমুনা সমুহ প্ৰেৰণ কৰা হৈছে। উল্লেখ কৰিব পাৰি যে আজি RTPCR বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহৰ সময়ত চপনা তচা নামৰএগৰাকী তিনি মহীয়া গৰভৱতী মহিলা ৰ দেহত covid_19 ৰ বিজানু থকা কথা টো ধৰা পৰাৰ পাছত ইটাখোলা নিউ  phcৰ ছজনীয়া চিকিৎসা কমী সকলে অধিক তৎকালীন ভাৱে ১ন‌‌‌‌‌ং ইটাখোলাত আজি পুৱাই উপস্থিত হৈ RTPCRৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজ ক সজাগ সচেতন হৈ নিজৰ ঘৰৰ লগতে সমাজক এই মহামাৰী সদৃশ কৰোণাৰ পৰা মুক্ত হবলৈ আহবান জনায়।
  জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments