সাগৰৰ ৭০০ মিটাৰ তলত নিৰুদ্দেশ চাবমেৰিন, ৫৩ জন লোক আছিল

নিউজ ডেস্ক : ইন্দোনেছিয়াৰ বালিৰ পৰা প্ৰায় ৯৫ কিলোমিটাৰ দূৰত দেশখনৰ নৌসেনাবাহিনীৰ এখন চাবমেৰিন নিৰুদ্দেশ হৈছে। ৫৩ জন লোক থকা এই চাবমেৰিনখনে ডুব মৰাৰ পিছতেই সন্ধানহীন হৈ পৰে। বৰ্তমান দেশখনৰ নৌসেনাবাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দেশখনে এই সন্দৰ্ভত অষ্ট্ৰেলিয়া আৰু চিংগাপুৰৰ পৰাও সহায় বিচাৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা