কেশৱ ধামত আৰ এছ এছৰ জেষ্ঠ প্ৰচাৰক নন্দলাল নাথৰ মৃত্যু : মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী

গুৱাহাটী : কালি সন্ধিয়া ৬.৫৫ বজাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ জেষ্ঠ প্ৰচাৰক নন্দলাল নাথৰ গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশৱধামত মৃত্যু হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী ৰঞ্জিৎ কুমাৰ দাসে কেশৱধামলৈ গৈ মৃত নন্দলাল নাথলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা