বাংলাদেশীৰ ৰক্ষণাবেক্ষনৰ বাবেই এ আই ইউ ডি এফৰ জন্ম : ৰামেশ্বৰ তেলী

মিৰ্জাৰ পৰা নৱজিত : আজি বিজয়নগৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ! AIUDF ৰ জন্ম বাংলাদেশী ক ৰক্ষণাবেক্ষণ ৰ বাবেহে । কংগ্ৰেছ আৰু AIUDF মিত্ৰতা সন্দৰ্ভত এনেদৰে কয় - ছাত্র সন্থাৰ লুৰিন জ্যোতি গগৈক ৰাজনীতি ৰ মঞ্চলৈ আহিবলৈ আহ্বান জনায় , লগতে কয় যে নিৰ্বাচন আহিলে নতুন নতুন ৰাজনৈতিক দল গঠন হয়েই । আজি বিজয় নগৰত এটা ফুড পার্ক নিৰ্মাণৰ বাবে ইতিমধ্যে সুৱকণ প্ৰাইভেট কোম্পানী ক দিয়াৰ বাবে ২২ কোটি টকাৰ আবন্তন ৰ ১০ কোটি টকা  অনুদান আগবঢ়াইছে । 2022 চনৰ ভিতৰত কৃষকৰ যাতে দুগুন লাভ  হয় তাৰ লক্ষ্যৰে প্ৰধান মন্ত্ৰী কৃশান যোজনা আৰম্ভ কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা