বালিপৰা ঘোড়ামাৰীত ক্ষুদ্ৰ উদ্যোগ স্থাপন।

শোনিতপুৰৰ ঘোড়ামাৰীত ক্ষুদ্ৰ উদ্যোগ স্থাপন। শোনিতপুৰ জিলাৰ বালিপৰ‍া জিলা পৰিষদৰ উদ্যোগত তথা জিলা হস্ত তাঁত বিভাগৰ সহযোগত বালিপৰা উন্নয়ন খণ্ডৰ কাৰ্য্যলয় চৌহদত আজি মহিলা সকলক স্বৱলম্বী হোৱাৰ উদ্দে্শ্যে এটা চিলাই মেচিন আৰু থলুৱা কাপোৰৰ প্ৰস্তুতৰ এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হয়। এই উদ্যোগৰ জৰিয়তে প্ৰ‍ায় ৩০ গৰাকী মহিলাই কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব  বুলি উদ্যোগতাই  জানিবলৈ দিছে।অঞ্চলটোৰ মহীলা সকলে এই উদ্যোগটোৰ জৰিয়তে মহীলা সকল যে লাভাম্বিত হব সেয়ে বিষয়টিক অাদৰণী জনাই থলুৱা বস্ত উৎপাদনৰ কাৰনে অাগ্ৰহ প্ৰকাশ কৰি অহা মহীলা সকলে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰনে লোৱা এই প্ৰচেষ্ঠাক শলাগ লোৱাৰ লগতে অসমৰ এই ক্ষুদ্ৰ উদ্যোগক চৰকাৰে অাৰু নতুন ৰুপত অাগুৱাই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে।

জামুগুৰিহাটৰ পৰা : জোন বৰাৰ প্ৰতিবেদন : ৮ ছেপ্তেম্বৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা