প্ৰসিদ্ধ সংগীত শিল্পী সন্তোষ শৰ্মালৈ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা




ষ্টাফৰিপ'ৰ্টাৰ,,,,২৫ ছেপ্টেম্বৰ
বিশিষ্ট সংগীত শিল্পী সন্তোষ শৰ্মালৈ ২০২০ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। স্বৰ্ণ ভাৰত পৰিবাৰ ন্যাসে পুষ্টিহীনতাৰ পৰা মুক্ত ভাৰত গঢ়াৰ বাবে নীতি আয়োগ আৰু ইউনিচেফৰ সৈতে মিলি সমাজত বিশেষ অৰিহণা আগবঢ়োৱা লোকক সন্মানিত কৰি আহিছে আৰু এইবেলি উক্ত বঁটাৰ বাবে সন্তোষ শৰ্মাক নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে, সন্তোষ শৰ্মা পূৰ্বোত্তৰ পৰিষদীয় মৰোৱাৰী যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি আৰু বহুতো সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত।   আজিৰ অনুষ্ঠানত স্বৰ্ণ ভাৰত পৰিবাৰ ন্যাসৰ অধ্যক্ষ আয়ুস পণ্ডিত উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা