মুছলিম ছাত্ৰ সন্থা অসমৰ দৰং জিলা সমিতি গঠন

দলগাওঁত মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মুছলিম ছাত্ৰ সন্থা অসমৰ দৰং জিলা  সমিতি  গঠনাৰ্থে কেন্দ্ৰীয় সমিতিৰ সভাপতি  জালাল উদ্দিনৰ সভাপতিত্বত  দলগাওঁ আদৰ্শ ডিগ্ৰী  কলেজত  সাধাৰণ সভা অনুষ্ঠিত হয় | সভাৰ  উদ্দেশ্যে ব্যক্ত কৰে  জহিৰুল  খলিফাই | সভাত  মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  আশ্বিক ৰাব্বানীয়ে সংগঠনৰ সাংগঠনিক  দিশ সম্পৰ্কে আলোচনা কৰাৰ উপৰিও সমাজত চলি থকা সামাজিক  ব্যাধি  বাল্য বিবাহ বন্ধ  কৰাৰ উপৰিও মদ জোৱা,  বাং আদি  বন্ধ  কৰিব লাগে | নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ উপৰতো দলগাওঁত মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মুছলিম ছাত্ৰ সন্থা অসমৰ দৰং জিলা  সমিতি  গঠনাৰ্থে কেন্দ্ৰীয় সমিতিৰ সভাপতি  জালাল উদ্দিনৰ সভাপতিত্বত  দলগাওঁ আদৰ্শ ডিগ্ৰী  কলেজত  সাধাৰণ সভা অনুষ্ঠিত হয় | সভাৰ  উদ্দেশ্যে ব্যক্ত কৰে  জহিৰুল  খলিফাই | সভাত  মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  আশ্বিক ৰাব্বানীয়ে সংগঠনৰ সাংগঠনিক  দিশ সম্পৰ্কে আলোচনা কৰাৰ উপৰিও সমাজত চলি থকা সামাজিক  ব্যাধি  বাল্য বিবাহ বন্ধ  কৰাৰ উপৰিও মদ জোৱা,  বাং আদি  বন্ধ  কৰিব লাগে | সভাত সৰ্ব সন্মতিক্ৰমে জহিৰুল  খলিফাক  সভাপতি,  শ্বেখ আব্দুল্লাক সাধাৰণ সম্পাদক হিচাপে লৈ  ৩১ জনীয়া মুছলিম ছাত্ৰ সন্থা অসমৰ দৰং  জিলা সমিতিখন পুনৰ গঠন কৰা হয় । সভাত মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ সভাপতি  জালাল  উদ্দাম,  উপ সভাপতি  আব্দুল ৰহমান,  সাধাৰণ  সম্পাদক  আশ্বিক ৰাব্বানী,  মুছলিম ছাত্ৰ সন্থা অসমৰ   দৰং জিলা সমিতিৰ প্ৰাক্তন  সভাপতি  আবুল হাচিমক আদি কৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে |সভাত সৰ্ব সন্মতিক্ৰমে জহিৰুল  খলিফাক  সভাপতি,  শ্বেখ আব্দুল্লাক সাধাৰণ সম্পাদক হিচাপে লৈ  ৩১ জনীয়া মুছলিম ছাত্ৰ সন্থা অসমৰ দৰং  জিলা সমিতিখন পুনৰ গঠন কৰা হয় । সভাত মুছলিম ছাত্ৰ সন্থা অসমৰ  কেন্দ্ৰীয় সমিতিৰ সভাপতি  জালাল  উদ্দাম,  উপ সভাপতি  আব্দুল ৰহমান,  সাধাৰণ  সম্পাদক  আশ্বিক ৰাব্বানী,  মুছলিম ছাত্ৰ সন্থা অসমৰ   দৰং জিলা সমিতিৰ প্ৰাক্তন  সভাপতি  আবুল হাচিমক আদি কৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা