যুৱ ব্যৱসায়ী জি ডি ধনুকালৈ 'ভিজনেৰী লীডাৰ অসম নৰ্থ-ইষ্ট"বঁটা টাইমছ গ্রুপৰ



ষ্টাফ ৰিপ'ৰ্টাৰ,,,ছেপ্টেম্বৰ।।
টাইমছ গ্ৰুপে বৃহস্পতিবাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অনুষ্ঠানিক ভাৱে ঘোষণা কৰে টাইমছ ষ্টীলাৰ ব্ৰেণ্ড এণ্ড আইকণ এৱাৰ্ড।  গুৱাহাটীৰ যুৱ ব্যৱসায়ী ঘনশ্যাম দাস ধনুকাই "ভিজনেৰী লিডাৰ অসম"নৰ্থ ইষ্ট এৱাৰ্ড ২০২০" এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, যুৱ ব্যৱসায়ী গৰাকীয়ে আমেৰিকাৰ এলএছই আৰু এল ইউ এম এছ শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিছে। একেদৰে তেওঁ বিভিন্ন এইচ বি এছ আৰু আই আই এমৰ সৈতে নেতৃত্বৰ কার্যসূচীত অংশ লোৱাত এল এল বি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ সামাজিক আৰু অৰ্থনৈতিক দিশত আত্মনির্ভৰশীল হোৱাৰ লগতে বিশ্বস্তৰত চিন্তা আৰু স্থানীয় পৰ্যায়ত কাম কৰাই জি ডি ধনুকাৰ লক্ষ্য আৰু উদেশ্য। তেঁও "থিংক গ্ল'বেল  এক্ট ল'কেল আইডিঅ'লজী ধাৰণা লৈ আগবাঢ়ি গৈছে। তদুপৰি তেওঁ এডভাণ্টেজ অসম,গ্লৱেল উদ্যোগী সন্মিলনত ফাৰ্মাচিউটিকেল আৰু মেডিকেল ডিভাইচ ফ'ৰামৰ ওপৰত বক্তৃতা দিয়াৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা