গুৱাহাটীত এন আৰ এছ টেকন' শ্ব ৰুম মুকলি




ষ্টাফ ৰিপোৰ্টাৰ,২১
ছেপ্টেম্বৰ।।
দ্য প্ৰিমিয়াম ম'বাইল আৰু ইলেকট্ৰনিক ষ্টৰ এন আৰ এছ টেকন' গ্ৰাহকৰ বাবে মুকলি কৰা হয়। গুৱাহাটীৰ খ্ৰীষ্টানবস্তীস্থিত ছ'নি চেণ্টাৰ, গণেশগুৰিৰ গ'ল্ড জীমৰ স্বত্বাধিকাৰীয়ে এন আৰ এছ টেকন' ইলেকট্ৰনিকছৰ নতুন বিপনী মুকলি কৰে। উক্ত শ্ব'ৰুমটোত বিভিন্ন ব্ৰেণ্ডৰ ম'বাইল, বিশেষকৈ এপল, ছেমছাং অপ্প; ভিভো, ৰিয়েলমীকে আদি কৰি  লেপটপ, ঘৰুৱা সামগ্রী, গডৰেজ, ৰান্ধনী শালৰ বিভিন্ন বস্তু উপলব্ধ হ'ব। উক্ত শ্ব'ৰুমটো সামগ্রী সলনিৰ সামগ্রীৰ সুবিধা থকাৰ লগতে ইলেকট্ৰনিকছৰ যিকোনো সামগ্রী গ্ৰাহকে কিস্তিৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব। এই সন্দৰ্ভত শ্ব'ৰুমটোৰ সঞ্চালক ৰাজীৱ জৈনে কয়'-গ্ৰাহক সকলে বিপনী খনৰ প্ৰতি সঁহাৰি জনাইছে। আমি মুকলি অনুষ্ঠানত গ্ৰাহকৰ বাবে এক বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছো"। উল্লেখযোগ্য যে, বিপনী খনত গ্ৰাহকে ১০ হজাৰতকৈ অধিক সামগ্রী ক্ৰয় কৰিলে লাকী ড্ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা