কোভিদ-১৯ ত মৃত ৰঙিয়াৰ অমূল্য কলিতাৰ ঘৰৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধ ছীল প্ৰশাসনৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চমুকৈ জি এন চি এইচত কোভিড–১৯ত মৃত্যু হোৱা ৰঙিয়াৰ ১নং নসত্ৰৰ অমূল্য কলিতাৰ ঘৰৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধ ছীল কৰিলে প্ৰশাসনে।  ১৫ মে’ৰ নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লোকজনক। সেইদিনা নিশাই মৃত্যু হেছিক লোকজনৰ। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা