দিহিং পাটকাই ৰক্ষাৰ দাবীৰে কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট,২৪ মে :---- কৰ'না মহামাৰীৰ লগতে একেসময়তে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খনন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিত এক প্ৰকাৰ সৰৱ হৈ পৰিছে বিভিন্ন দল - সংগঠন। উত্তৰ - পূৱৰ স্পন্দন স্বৰূপ দিহিং পাটকাই  ৰক্ষাৰ দাবীত আজি গোলাঘাটৰ কমাৰবন্ধা অঞ্চলত কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।  এই প্ৰতিবাদী কাৰ্যসূচীত আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি হৰ প্ৰসাদ বৰুৱা , সাধাৰণ সম্পাদক ৰবীন বৰা লগতে বিভাগীয় বিষয় ববীয়াৰ লগতে মহকুমা পৰ্যায়ৰ সাধাৰণ সম্পাদক মনচুম বৰা উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা