কোভিদত মৃত অমূল্য কলিতাৰ পুত্ৰকো আক্ৰান্তৰ সন্দেহ

বোৰ্কা পানীটেমাৰ কোভিড পজিটীভ অমূল্য কলিতাৰ সম্পৰ্কতো মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 

কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা অমুল্য কলিতা পুত্ৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰো সন্দেহ ৷ 

আনহাতে অমুল্য কলিতাৰ পুত্ৰ এজন বাতৰি কাকতৰ হকাৰ বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটা মেডিকেল কলেজ হস্পিটালত এমাহৰ ভিতৰত আইচিইউ বিচনাৰ সংখ্যা ৫০খনলৈ বৃদ্ধিৰ ঘোষণা মন্ত্ৰীগৰাকীৰ ৷

Comments