কিয় আপোনাৰ বাবে উপকাৰী "One nation one card"

one nation one card
ইয়াৰ জৰিয়তে দেশবাসীয়ে নিজৰ নামত থকা ৰেচন কাৰ্ডেৰে অন্য ৰাজ্যতো ক্ৰয় কৰিব পাৰিব সামগ্ৰী। অৰ্থাৎ যদিহে আপোনাৰ ৰেচন কাৰ্ড অসমত বনোৱা হৈছে আৰু কিবা কাৰণত অন্য ৰাজ্যত থাকিবলগীয়া হৈছে, তেন্তে একেখন কাৰ্ডৰ পৰাই লাভ কৰিব চৰকাৰী ৰেচন

Comments