অসমৰ সংবাদ জগতত সংযোজিত আন এটা উজ্জলিত নাম "firstnewsreport"

 ২০১৮ চনৰ ২৭ মে'ত অসমৰ জনগণক নিৰ্ভীকতাৰে সত্য বাতৰি উপস্থাপনেৰে স্বকীয় বৈশিষ্ঠৰে পৰিচয় দিবলৈ সক্ষমৰে  দুবছৰ পুৰ্ণংগ ৰূপে  অতিক্ৰম কৰি তৃতীয় বৰ্ষত সদৰ্পে firstnewsreport য়ে আগবাঢ়ি আমাকো মানসিক তৃপ্তিৰে শক্তি প্ৰদান কৰাত    উৎসাহিত । সঠিক সময়ত firstnewsreport ৰ জৰিয়তে অসমৰ জনগণক আৰ্থসামাজিক , ৰাজনৈতিক , সাংস্কৃতিক , বৌদ্ধিক , শৈক্ষিক উন্নয়নত ক্ষুদ্ৰমান হলেও সকাহ প্ৰদান কৰিব পাৰিছো বুলি নিজে কব নোৱাৰিলেও নীয়মিত firstnewsreport পঢ়োৱৈ সকলে অনুভৱ প্ৰকাশ্যে ব্যক্ত কৰাত বাতৰি যোগোটাই কৃতাৰ্থ হৈছো | বুকুৰ দ-পুখুৰীৰ স্থিৰ জলৰাশিত টুপুককৈ সৰি পৰা শুকান ফুলপাহৰো অাপুনি প্ৰেমত পৰিব পাৰে । প্ৰেমৰ স্বৰ্গীয় অনুভূতিক হৃদয়ৰ সমস্ত অাৱেগেৰে অাকোৱালি লৈ মূৰ দোৱাও । কিন্তু প্ৰেমৰ এখন অাৱৰণ দি দেহৰ ক্ষুধা নিবাৰণেই সৰ্বস্ব নহয় । কেতিয়াবা ভাতৃত্ববোধ, কৰ্তব্যনিষ্ঠা, বিশ্বাসেও প্ৰেমৰ উৰ্দ্ধত গতি কৰে । সংস্কাৰ অাৰু স্বাভিমানো প্ৰেমৰ সমকক্ষই !! তেনে প্ৰেমৰ ক্ষুধা হৈ firstnewsreport জৰিয়তে অসমৰ জনগণৰ বাবে অনাগত দিনত অধিক আগবাঢ়ি যোৱাৰ আশা সঞ্চাৰেৰে 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা