দলং ভাঙি পৰিল লাউৰ ট্ৰাক

আজি বৰপেটাৰ পৰা নলবাৰী আল্লিয়া অভিমুখে অহা মিঠালাও কৰিয়াই অনা  A01-LC1163 নম্বৰ DI এখন আল্লিয়া হৈ বৈ যোৱা নোনা নৈ দলং ভাঙি পৰে। লগে লগে গাড়ীখনত থকা চালকজনক নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ঘগ্ৰাপাৰৰ পৰা ওমৰ আলীৰ প্ৰতিবেদন।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা