কৃষ্ণাইৰ বয়োজ্যেষ্ঠ মহিলাৰ মৃত্যুঃঅঞ্চল জুৰি শোকৰ ছাঁ

মাতৃহাৰা হ’ল গোৱালপাৰা জিলা বিজেপিৰ উপ-সভাপতি পৰিমল সাহা তথা কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সভাপতি পৰিতোষ সাহা ৷ সাহাৰ মাতৃ চাৰু বালা সাহাৰ কালি বাৰ্ধক্যজনিত কাৰণত কৃষ্ণাই আশুডুবিস্থ নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স আছিল ৭৭ বছৰ ৷
মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত ৭ গৰাকী পুত্ৰ বোৱাৰী আৰু দুগৰাকী জীয়ৰী জোঁৱাইৰ লগতে কেবাজনো নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে ৷ মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা