আৰক্ষীৰে সংঘৰ্ষত ডিব্ৰুগড়ৰ হত্যাকাৰী সঞ্জয় দাস নিহত

ডিব্ৰুগড় সদৰৰ বিশেষ প্ৰতিবেদক : ডিব্ৰুগড়ত ক‍ালি পত্নী, পুত্ৰ আৰু মোমায়েকক হত্যা কৰি পলাতক হৈ থকা  এছএছবিৰ প্ৰাক্তন জোৱান সঞ্জয় দাস আজি আৰক্ষীৰে গুলীয়াগুলীত নিহত হৈছে। এটা পৰিত্যক্ত গৃহত হত্যাকাৰীজনে আত্মগোপন কৰি থকা বুলি গম পাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যাওতে সঞ্জয় দাসে গুলীচালনা কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয় আৰু সঞ্জয় দাস নিহত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা