ঈদৰ শুভেচ্ছা সাংবাদিক পৰিষদ কামৰূপ জিলা সমিতিৰ

২৫ মে সোমবাৰে পালন কৰা হব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র উৎসব ঈদ উল ফিতৰ । সাংবাদিকৰ বৃহৎ সংগঠন সাংবাদিক পৰিষদ কামৰূপ জিলা সমিতিৰ কৰ্মকৰ্তাই আজি এক সংবাদ মেল পাতি সমুহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই । আৰু লগতে কৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পাবৰ বাবেই চৰকাৰে দিয়া নীতি নিয়ম মানি সামাজিক দুৰত্ব বজাই ৰাখি ঘৰতে নামাজ আদায় কৰাৰ আহ্বান জনায় ।


কমলপুৰৰ পৰা চাহাব আলীৰ
প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা