ডিব্ৰুগড়ত প্ৰাক্তন এছ এছবিয়ে গুলীয়ালে পত্নী-সন্তানক
শুকান পুখুৰীত সংঘটিত হৈছে এই ঘটনাতো। এছএছবিৰ প্ৰাক্তন জোৱান সঞ্জয় দাসে গুলীয়ালে পত্নী আৰু সন্তানক। শুই থকাৰ সময়তে তেওঁ পত্নী আৰু পুত্ৰক গুলীচালনা। গুলীবিদ্ধ পত্নীগৰাকীৰ নাম স্বপ্না দাস আৰু পুত্ৰৰ নাম নৱজ্যোতি দাস। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
Comments
Post a Comment